আজি সোণোৱালৰ কেবিনেট বৈঠকত কি হ'ব সিদ্ধান্ত?

News18 Assam | News18-Assam
Updated:June 29, 2020, 2:45 PM IST
আজি সোণোৱালৰ কেবিনেট বৈঠকত কি হ'ব সিদ্ধান্ত?
গুৱাহাটীৰ বাহিৰত থকা মন্ত্ৰীসকলো আহি আছে গুৱাহাটীলৈ।

গুৱাহাটীৰ বাহিৰত থকা মন্ত্ৰীসকলো আহি আছে গুৱাহাটীলৈ।

  • Share this:
আজি সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ বৈঠক। বিয়লি ৩ বজাত সোণোৱালৰ কেবিনেট বৈঠক। বান-খহনীয়া, কোৰোণা, লকডাউন সন্দৰ্ভত আলোচনা হ’ব কেবিনেট বৈঠকত। গ্ৰহণ কৰা হ'ব বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব এই কেবিনেট বৈঠক। বৈঠকত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীৰ বাহিৰত থকা মন্ত্ৰীসকলো আহি আছে গুৱাহাটীলৈ।
First published: June 29, 2020, 11:12 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading