• Home
  • »
  • News
  • »
  • assam
  • »
  • বাঁহ–বেতৰ খেতিয়কক ৫০ শতাংশ ৰাজসাহায্য দিব ৰাজ্য চৰকাৰে, কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বাঁহ–বেতৰ খেতিয়কক ৫০ শতাংশ ৰাজসাহায্য দিব ৰাজ্য চৰকাৰে, কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

উদ্যোগ খণ্ডৰ কাৰ্যালয়ত চেনিটেৰী নেপকিন থকাটো বাধ্যতামূলক হ’ব।

উদ্যোগ খণ্ডৰ কাৰ্যালয়ত চেনিটেৰী নেপকিন থকাটো বাধ্যতামূলক হ’ব।

উদ্যোগ খণ্ডৰ কাৰ্যালয়ত চেনিটেৰী নেপকিন থকাটো বাধ্যতামূলক হ’ব।

  • Share this:
    আজি জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকত সিদ্ধান্ত লোৱা হয় যে অসমত হ’ব ৩৫টা চৰকাৰী বন্ধৰ দিন। চৰকাৰী সীমিত বন্ধৰ দিন হ’ব ৩১ দিন। বাঁহ-বেতৰ খেতিয়কৰ বাবে চৰকাৰে দিব ৫০% ৰাজসাহায্য। গাহৰি-ছাগলিৰ উন্নত জাত পালনৰ সিদ্ধান্ত বৈঠকত। উদ্যোগ খণ্ডৰ কাৰ্যালয়ত চেনিটেৰী নেপকিন থকাটো বাধ্যতামূলক হ’ব।
    First published:

    শেহতীয়া বাতৰি