মুখ্যপৃষ্ঠা »খবৰ »অসম »Cabinet Decision : অসমত ফুলৰ চাহিদালৈ লক্ষ্য ৰাখি State floriculture Missionৰ সিদ্ধান্ত, ব্যয় কৰিব ১৫০ কোটি

Cabinet Decision : অসমত ফুলৰ চাহিদালৈ লক্ষ্য ৰাখি State floriculture Missionৰ সিদ্ধান্ত, ব্যয় কৰিব ১৫০ কোটি

মুখ্যমন্ত্ৰীয়ে কয় যে ধান, মত্‍সৰ পিছত ফুলৰ বজাৰখনক গতি প্ৰদান কৰা হ'ব।

মুখ্যমন্ত্ৰীয়ে কয় যে ধান, মত্‍সৰ পিছত ফুলৰ বজাৰখনক গতি প্ৰদান কৰা হ'ব।

মুখ্যমন্ত্ৰীয়ে কয় যে ধান, মত্‍সৰ পিছত ফুলৰ বজাৰখনক গতি প্ৰদান কৰা হ'ব।

  • Share this:
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতে ৰাজ্যত ফুলৰ বজাৰখনত গুৰুত্ব আৰোপ কৰা হয়।

ফুলৰ বজাৰখনক অধিক গতি প্ৰদান কৰাৰ অৰ্থে State floriculture Mission আৰম্ভ কৰাৰ বাবে  বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।

ৰাজ্যত থকা ফুলৰ বজাৰখনৰ চাহিদালৈ লক্ষ্য কৰি অসমত প্ৰায় ২০,০০০ কৃষকক এই জড়িত কৰিব। আৰম্ভণি অৱস্থাত চৰকাৰে ১৫০ কোটি টকা ৰাজ্য চৰকাৰে ইয়াৰ বাবে খৰচ কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ধান, মত্‍সৰ পিছত ফুলৰ বজাৰখনক গতি প্ৰদানৰ লগতে কৃষি অৰ্থনীতিৰ বিকাশ কৰি এখন আত্মনিৰ্ভৰশীল অসম নিৰ্মাণ কৰা হ'ব।

শেহতীয়া বাতৰি