মুখ্যপৃষ্ঠা »খবৰ »অসম »CAB প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে বিধায়িকা আঙুৰলতা ডেকাৰ বাসগৃহ, সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ

CAB প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে বিধায়িকা আঙুৰলতা ডেকাৰ বাসগৃহ, সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ

  • Share this:
বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ বাসগৃহ ঘেৰাও কৰিলে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থা আৰু বটদ্ৰৱা সমষ্টিৰ কেবা খনো গাৱঁৰ ৰাইজে । বিধায়িকা আঙুৰলতা ডেকাই ৰাইজৰ পক্ষত থিয় দি বিজেপি দল ত্যাগ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিৰোধিতা কৰক বুলি দাবী জনায় প্ৰতিবাদকাৰীয়ে। বিধায়িকা গৰাকীয়ে ৰাইজৰ পক্ষত নাথাকিলে সমষ্টিত প্ৰবেশ নিষিদ্ধ কৰাৰো হুংকাৰ প্ৰতিবাদকাৰীৰ।

টিভিৰ বাতৰিৰ পৰা স্থিৰ ছবি।

শেহতীয়া বাতৰি