মুখ্যমন্ত্ৰীৰ গৃহভূমি চাবুৱাত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বেংক

News18 Assam | News18-Assam
Updated:December 12, 2019, 8:34 PM IST
মুখ্যমন্ত্ৰীৰ গৃহভূমি চাবুৱাত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বেংক
সাংকেতিক ফটো

দেৰগাঁৱত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰিলে অগপ কাৰ্যালয়ত।

  • Share this:
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহভূমি চাবুৱাত উত্তপ্ত পৰিস্থিতি। একাংশ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ইউনাইটেড বেংকৰ শাখা। চাবুৱাৰ পৌৰসভা কাৰ্যালয়তো অগ্নিসংযোগ। আনহাতে, দেৰগাঁৱত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰিলে অগপ কাৰ্যালয়ত। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা।
আৰু চাওক
পৰৱৰ্তী বাতৰি