মুখ্যপৃষ্ঠা »খবৰ »অসম »ডিব্ৰুগড়ত ভয়ংকৰ পৰিস্থিতি, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা, শূন্যলৈ গুলী

ডিব্ৰুগড়ত ভয়ংকৰ পৰিস্থিতি, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা, শূন্যলৈ গুলী

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড সংঘাত। আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ আৰক্ষীৰ।

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড সংঘাত। আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ আৰক্ষীৰ।

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড সংঘাত। আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ আৰক্ষীৰ।

  • Share this:
ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। পুৱাৰে পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত ৰাইজৰ। বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। কেইবাখনো যান–বাহনৰ ক্ষতিসাধন কৰে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ লাঠিচাৰ্জ কৰাৰ লগতে শূন্যলৈ গুলীচালনাও কৰিবলগীয়া হয় আৰক্ষীয়ে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড সংঘাত। আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰীৰ। প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত আহত এজন সাংবাদিক।


এয়াও চাওক : গুৱাহাটীত প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ লাঠিচালনা

শেহতীয়া বাতৰি