মহানগৰীত এইপৰ্যন্ত আৰক্ষীৰ গুলীত তিনিজন নিহত

News18 Assam | News18-Assam
Updated:December 12, 2019, 7:55 PM IST
মহানগৰীত এইপৰ্যন্ত আৰক্ষীৰ গুলীত তিনিজন নিহত
লাচিত নগৰত আৰক্ষীৰ গুলীচালনাত আহত যুৱকজনৰ GMCHত মৃত্যু হয়।

লাচিত নগৰত আৰক্ষীৰ গুলীচালনাত আহত যুৱকজনৰ GMCHত মৃত্যু হয়।

  • Share this:
মহানগৰীত ভয়ংকৰ ৰূপ লৈছে CABবিৰোধী প্ৰতিবাদে। আৰক্ষী–প্ৰতিবাদকাৰীৰ মাজত সংঘাতে লৈছে তীব্ৰ ৰূপ। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত এইপৰ্যন্ত নিহত হৈছে তিনিজন লোক। হাতীগাঁৱত আৰক্ষীৰ গুলীত এজন নিহত। লাচিত নগৰত আৰক্ষীৰ গুলীচালনাত আহত যুৱকজনৰ GMCHত মৃত্যু হয়। দীপাঞ্জল দাস নামৰ ছয়গাঁৱৰ যুৱকজনক মৃত ঘোষণা কৰে GMCHৰ চিকিৎসকে। তাৰ পিছতে তৃতীয় মৃত্যুৰ ঘটনা বশিষ্ঠত। বশিষ্ঠৰ নতুন বজাৰত আৰক্ষীৰ গুলীত নিহত হয় এজন।
আৰু চাওক
পৰৱৰ্তী বাতৰি