ক’লা পতাকাৰ আতংক! বিজেপিৰ মন্ত্ৰী, বিধায়ক, সাংসদ দেখিলেই দেখুওৱা হৈছে ক’লা পতাকা!

News18 Assam | News18-Assam
Updated:January 6, 2020, 8:45 PM IST
ক’লা পতাকাৰ আতংক! বিজেপিৰ মন্ত্ৰী, বিধায়ক, সাংসদ দেখিলেই দেখুওৱা হৈছে ক’লা পতাকা!
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।

ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ মন্ত্ৰী বিধায়কক দেখুৱাইছে ক’লা পতাকা। এইবাৰ উত্তৰ অসমত ক’লা পতাকাৰ সন্মুখীন হ’ল মন্ত্ৰী পীয়ুষ হাজৰিকা,  সাংসদ পল্লৱ লোচন দাস আৰু পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা। 

লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাক ঢকুৱাখনাত প্ৰতিবাদকাৰীয়ে দেখুওৱাই ক’লা পতাকা। পিছত আকৌ লখিমপুৰ আৱৰ্ত ভৱনৰ সন্মুখতো সাংসদ প্ৰদান বৰুৱাক ক’লা পতাকা দেখুওৱাই আছু কৰ্মীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি