‘CAAৰ কাৰ্যকৰীকৰণৰ ফলত বঙালীসকলৰ বিজয় হৈছে’

News18 Assam | News18-Assam
Updated:March 1, 2020, 6:32 PM IST
‘CAAৰ কাৰ্যকৰীকৰণৰ ফলত বঙালীসকলৰ বিজয় হৈছে’
অসম চুক্তিৰ ৬নং দফাক বিতৰ্কিত আখ্যা বিধায়ক শিলাদিত্য দেৱৰ

অসম চুক্তিৰ ৬নং দফাক বিতৰ্কিত আখ্যা বিধায়ক শিলাদিত্য দেৱৰ

  • Share this:
বিজেপিৰ বিতৰ্কিত  বিধায়ক শিলাদিত্য দেৱৰ বিতৰ্কিত মন্তব্য। নাগৰিকত্ব সংশোধনী আইনৰ  কাৰ্যকৰীকৰণৰ ফলত বঙালীসকলৰ বিজয় হৈছে বুলি মন্তব্য কৰে শিলাদিত্য দেৱে। আনকি বিজনীৰ বড়ো কালীবাৰী প্ৰাংগণত সদৌ অসম বঙালী পৰিষদৰ চিৰাং জিলা আৰু বিজনী আঞ্চলিক অধিবেশনত অংশ লৈ বিধায়ক শিলাদিত্য দেৱে ছয় নং দফাক বিৰ্তকিত বিষয় আখ্যা দি বঙালী লোকসকলক শংকিত নহবলৈ আহ্বান জনায় ৷

অসম চুক্তিৰ ৬নং দফাক বিতৰ্কিত আখ্যা দিয়ে বিধায়ক শিলাদিত্য দেৱে। ৬নং দফাক লৈ হিন্দু বাঙালীসকলক শংকিত নহ'বলৈ আহ্বান বিধায়কগৰাকীৰ। সভাত বিধায়কজনে বাংলাদেশী মুছলমান আৰু ডি ভোটাৰ প্ৰসংগতো সৰৱ হৈ পৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading