২১ অক্টোবৰত অসমৰ চাৰি বিধানসভা সমষ্টিত উপ– নিৰ্বাচন, ২৪ অক্টোবৰত ফলাফল

নিৰ্বাচন আযোগে কৰিলে ঘোষণা। অসমৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন

News18-Assam
Updated:September 21, 2019, 3:00 PM IST
২১ অক্টোবৰত অসমৰ চাৰি বিধানসভা সমষ্টিত উপ– নিৰ্বাচন, ২৪ অক্টোবৰত ফলাফল
নিৰ্বাচন আযোগে কৰিলে ঘোষণা। অসমৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন
News18-Assam
Updated: September 21, 2019, 3:00 PM IST
২১ অক্টোবৰত অসমত অনুষ্ঠিত হ’ব চাৰিটা বিধানসভা সমষ্টিৰ উপ–নিৰ্বাচন। বিগত লোকসভা নিৰ্বাচনত চাৰিওটা বিধানসভা সমষ্টিৰ বিধায়ক সাংসদ ৰূপে নিৰ্বাচিত হোৱাৰ পিছত বিধায়ক শূণ্য আছিল সমষ্টি কেইটা।

নিৰ্বাচন অনুষ্ঠিত হ’ব ৰাতাবাৰী, সোণাৰি, ৰঙাপাৰা আৰু জনীয়া সমষ্টিত। দেশৰ সৰ্বমুঠ ৬৪ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৩০ ছেপ্তেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন।
আৰু চাওক পৰৱৰ্তী বাতৰি