কাৰ্বি পাহাৰত কোনে অপহৰণ কৰিলে বাবুক?

হোজাইৰ এজন ব্যৱসায়ীক কাৰ্বি পাহাৰত অপহৰণ দুৰ্বৃত্তৰ। পশ্চিম কাৰ্বি আংলঙৰ সাতগাঁৱত সংঘটিত হয় এই অপহৰণ কাণ্ড।

news18assam
Updated:May 16, 2019, 12:24 PM IST
কাৰ্বি পাহাৰত কোনে অপহৰণ কৰিলে বাবুক?
হোজাইৰ এজন ব্যৱসায়ীক কাৰ্বি পাহাৰত অপহৰণ দুৰ্বৃত্তৰ। পশ্চিম কাৰ্বি আংলঙৰ সাতগাঁৱত সংঘটিত হয় এই অপহৰণ কাণ্ড।
news18assam
Updated: May 16, 2019, 12:24 PM IST
হোজাইৰ এজন ব্যৱসায়ীক কাৰ্বি পাহাৰত অপহৰণ দুৰ্বৃত্তৰ। পশ্চিম কাৰ্বি আংলঙৰ সাতগাঁৱত সংঘটিত হয় এই অপহৰণ কাণ্ড। ‘ওমকাৰ ভাণ্ডাৰ’ৰ স্বত্বাধিকাৰী বিজয় পাল ওৰফে বাবুক অপহৰণ কৰে দুৰ্বৃত্তই। মঙলবাৰে সন্ধিয়া দোকান বন্ধ কৰি ঘৰলৈ গৈ থকাৰ পথত দুৰ্বৃত্তই অপহৰণ কৰে লোকজনক। বাইকত অহা দুই অপহৰণকাৰীয়ে অপহৰণ কৰি লৈ যায় বিজয় পালক। ব্যৱসায়ীজনৰ ঘৰ হোজাইৰ বিদ্যা নগৰত।
আৰু চাওক পৰৱৰ্তী বাতৰি