যুৱতী গুলীবিদ্ধৰ ঘটনা : আৰক্ষীৰ জালত ব্যৱসায়ী ৰাজেশ হিম্মত্‍‍সিংকা

উত্তৰ গুৱাহাটী আৰক্ষীয়ে আটক কৰে কেউজনকে

News18-Assam
Updated:July 8, 2019, 3:41 PM IST
যুৱতী গুলীবিদ্ধৰ ঘটনা : আৰক্ষীৰ জালত ব্যৱসায়ী ৰাজেশ হিম্মত্‍‍সিংকা
উত্তৰ গুৱাহাটী আৰক্ষীয়ে আটক কৰে কেউজনকে
News18-Assam
Updated: July 8, 2019, 3:41 PM IST
মডেল ৱাহিদ আহমেদক গুলীচালনা কৰা ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীয়ে আটক কৰিছে ৰাজেশ হিম্মত্‍‍সিংকাক। আমচৈত থকা বাংল’ৰ পৰা আৰক্ষীয়ে আটক কৰে হিম্মত্‍‍সিংকাক।ব্যৱসায়ীজনৰ পত্নী পুনম হিম্মত্‍‍সিংকাকো আটক কৰে আৰক্ষীয়ে। লগতে আটক কৰে আন দুজন ব্যৱসায়ীক। হিম্মৎসিংকাৰ ব্যক্তিগত পিষ্টল  জব্দ কৰিছে আৰক্ষীয়ে। লগতে আৰক্ষীয়ে ব্যৱসায়ীজনৰ পৰা জব্দ কৰে ১০জাঁই গুলীৰ লগতে এখন BMW বাহন।

আৰু চাওক পৰৱৰ্তী বাতৰি