পশ্চিম মায়ঙত দুৰ্বৃত্তই জ্বলাই দিলে বিজেপি নেতাৰ বাছ

News18 Assam | News18-Assam
Updated:December 31, 2019, 10:47 AM IST
পশ্চিম মায়ঙত দুৰ্বৃত্তই জ্বলাই দিলে বিজেপি নেতাৰ বাছ
ঘৰৰ সন্মুখত ৰখা থোৱা অৱস্থাতে অগ্নিসংযোগ কৰে বাছখনত।

ঘৰৰ সন্মুখত ৰখা থোৱা অৱস্থাতে অগ্নিসংযোগ কৰে বাছখনত।

  • News18 Assam
  • Last Updated: December 31, 2019, 10:47 AM IST
  • Share this:
মৰিগাঁৱৰ পশ্চিম মায়ঙত নিশা দপদপকৈ জ্বলিল এখন বাছ৷ মৰিগাঁও জিলা বিজেপিৰ সম্পাদক ৰাম প্ৰসাদ সৰকাৰৰ ঘৰৰ সন্মুখত সংঘটিত হয় এই ঘটনা৷ কোনো দুৰ্বৃত্তই বাছত অগ্নিসংযোগ কৰাৰ সন্দেহ কৰা হৈছে৷ বিজেপি নেতা ৰাম প্ৰসাদ সৰকাৰৰে আছিল বাছখন। ঘৰৰ সন্মুখত ৰখা থোৱা অৱস্থাতে অগ্নিসংযোগ কৰে বাছখনত।
আৰু চাওক
পৰৱৰ্তী বাতৰি