দক্ষিণ কামৰূপৰ বৰ তেজপুৰৰ NRL তেল ডিপোৰ সন্মুখত সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনা।
দক্ষিণ কামৰূপৰ বৰ তেজপুৰৰ NRL তেল ডিপোৰ সন্মুখত সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনা।
পুনৰ দক্ষিণ কামৰূপৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ দুৰ্ঘটনা। দক্ষিণ কামৰূপৰ বৰ তেজপুৰৰ NRL তেল ডিপোৰ সন্মুখত সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী তীব্রবেগী AS-01, EC-9020 নম্বৰ আলট্ৰা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা বৃহৎ আকাৰৰ কৃষ্ণচূড়া গছ এজোপাত খুন্দা মাৰে। যাৰ ফলত চালকসহ বাছখনত থকা প্ৰায় ৩৫জন যাত্ৰী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। আহত আটাইকে পলাশবাৰী আৰক্ষী আৰু বিজয়নগৰ আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|