টীয়কত ভয়ংকৰ দুৰ্ঘটনা, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল যাত্ৰীবাহী বাছ

News18 Assam | News18-Assam
Updated:February 5, 2020, 11:09 AM IST
টীয়কত ভয়ংকৰ দুৰ্ঘটনা, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল যাত্ৰীবাহী বাছ
নিশা প্ৰায় ১২.৩০ বজাত জাগুনৰ পৰা মঙলদৈ অভিমুখে আহি থকাৰ পছতে সংঘটিত হয় এই দুৰ্ঘটনা।

নিশা প্ৰায় ১২.৩০ বজাত জাগুনৰ পৰা মঙলদৈ অভিমুখে আহি থকাৰ পছতে সংঘটিত হয় এই দুৰ্ঘটনা।

  • Share this:
নিশা টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত জগদুৱাৰত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল এখন যাত্ৰীবাহী বাছ। নিশা প্ৰায় ১২.৩০ বজাত জাগুনৰ পৰা মঙলদৈ অভিমুখে আহি থকাৰ পছতে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত বাছখনত থকা ২৩জন যাত্ৰী আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোকৰ সহযোগত টীয়ক আৰক্ষীয়ে ততাতৈয়াকৈ আহতসকলক টীয়ক এফ আৰ ইউ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইয়াৰে তিনিগৰাকী যাত্ৰীৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি