ৰংজুলিত ভয়ংকৰ দুৰ্ঘটনাত পতিত গুৱাহাটীমুখী বাছ, কমেও ৫জন নিহত

News18 Assam | News18-Assam
Updated:February 4, 2020, 9:06 AM IST
ৰংজুলিত ভয়ংকৰ দুৰ্ঘটনাত পতিত গুৱাহাটীমুখী বাছ, কমেও ৫জন নিহত
বিদ্যুতৰ খুঁটাত খুন্দিয়াই বাগৰি পৰে তীব্ৰবেগী বাছ।

বিদ্যুতৰ খুঁটাত খুন্দিয়াই বাগৰি পৰে তীব্ৰবেগী বাছ।

  • Share this:
ৰংজুলিত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহি থকা AS01BC2848 নম্বৰৰ বাছখনে পথৰ দাঁতিৰ এটা বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই সমীপৰ খাৱৈত বাগৰি পৰে। এইপৰ্যন্ত ৫জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাছৰ তলত অধিক মৃতদেহ আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। কোঠাকুঠি নামৰ ঠাইত এই বাছ দুৰ্ঘটনা সংঘটিত হয়।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি