গোৱালপাৰাৰ বাছ দুৰ্ঘটনাত নিহতৰ সংখ্যা বৃদ্ধি, বিদ্যুতৰ খুঁটাত খুন্দিয়াই খাৱৈত বাগৰিল বাছ, চাওক VIDEO

News18 Assam | News18-Assam
Updated:February 4, 2020, 1:25 PM IST
গোৱালপাৰাৰ বাছ দুৰ্ঘটনাত নিহতৰ সংখ্যা বৃদ্ধি, বিদ্যুতৰ খুঁটাত খুন্দিয়াই খাৱৈত বাগৰিল বাছ, চাওক VIDEO
নিহতৰ সংখ্যা বৃদ্ধি।

নিহতৰ সংখ্যা বৃদ্ধি।

  • Share this:
পুৱতি নিশা গোৱালপাৰাৰ ধূপধৰাৰ কোঠাকুঠিত সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত ৬জন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় কেবাজনো। ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী AS01 BC2848 নম্বৰৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুঁটাত খুন্দা মাৰি পথৰ তলৰ খাৱৈত বাগৰি পৰে ৷ বাগৰি পৰা বাছৰ তলত আৱদ্ধ হৈ পৰে কেবাজনো লোক।
আৰু চাওক
পৰৱৰ্তী বাতৰি