কৰিমগঞ্জৰ ৰাতাচৰাত জ্বলি উঠিল এখন যাত্ৰীবাহী বাছ, তাৰ পিছত কি হ’ল?

যান্ত্ৰিক বিজুতিৰ বাবেই বাছখন জ্বলি উঠাৰ সন্দেহ কৰা হৈছে।

News18-Assam
Updated:September 29, 2019, 8:07 AM IST
কৰিমগঞ্জৰ ৰাতাচৰাত জ্বলি উঠিল এখন যাত্ৰীবাহী বাছ, তাৰ পিছত কি হ’ল?
যান্ত্ৰিক বিজুতিৰ বাবেই বাছখন জ্বলি উঠাৰ সন্দেহ কৰা হৈছে।
News18-Assam
Updated: September 29, 2019, 8:07 AM IST
কৰিমগঞ্জৰ ৰাতাচৰাত অঘটন। ৰাজপথতে দপদপকৈ জ্বলি উঠিল এখন যাত্ৰীবাহী বাছ। বাছখনৰ সকলো যাত্ৰী সুৰক্ষিত বুলি জানিব পৰা গৈছে। জ্বলি যাত্ৰীবাহী বাছখন আছিল নেটৱৰ্ক ট্ৰেভেল্ছৰ। গুৱাহাটীৰ পৰা শিলচৰলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। যান্ত্ৰিক বিজুতিৰ বাবেই বাছখন জ্বলি উঠাৰ সন্দেহ কৰা হৈছে।

 


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube, Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি