বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা কোভিড–১৯ত আক্ৰান্ত

News18 Assam | News18-Assam
Updated:October 21, 2020, 5:03 PM IST
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা কোভিড–১৯ত আক্ৰান্ত
ৰেপিড টেষ্ট কৰা হৈছিল বুঢ়াসত্ৰীয়া বাপজনাৰ৷ ৰেপিড টেষ্টত ধৰা পৰে কোৰোণাত আক্ৰান্ত হোৱাৰ তথ্য৷

ৰেপিড টেষ্ট কৰা হৈছিল বুঢ়াসত্ৰীয়া বাপজনাৰ৷ ৰেপিড টেষ্টত ধৰা পৰে কোৰোণাত আক্ৰান্ত হোৱাৰ তথ্য৷

  • Share this:
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠ শৰ্মা কোভিড–১৯ত আক্ৰান্ত৷ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ বোৱাৰী আৰু এগৰাকী নাতিনীও কোৰোণাত আক্ৰান্ত হৈছে৷ আজি ৰেপিড টেষ্ট কৰা হৈছিল বুঢ়াসত্ৰীয়া বাপজনাৰ৷ ৰেপিড টেষ্টত ধৰা পৰে কোৰোণাত আক্ৰান্ত হোৱাৰ তথ্য৷

বুঢ়া সত্ৰীয়া বাপজনাক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰাৰ কথা৷
বুঢ়াসত্ৰীয়াগৰাকী কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰক লৈ উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ বৰপেটাবাসী৷ বাপজনাৰ আশু আৰোগ্য কামনা কৰিছে বৰপেটাবাসীয়ে৷
Published by: Sanjay Kumar Das
First published: October 21, 2020, 5:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading