মঙলদৈ থানাত গোচৰ বুঢ়া কাণ্ডৰ গোচৰীয়া যুৱতীৰ, কাৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ?

কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে যুৱতীগৰাকীয়ে।

News18-Assam
Updated:September 22, 2019, 8:26 AM IST
মঙলদৈ থানাত গোচৰ বুঢ়া কাণ্ডৰ গোচৰীয়া যুৱতীৰ, কাৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ?
কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে যুৱতীগৰাকীয়ে।
News18-Assam
Updated: September 22, 2019, 8:26 AM IST
দৰঙৰ বুঢ়া আৰক্ষী চকী কাণ্ডৰ গোচৰীয়া যুৱতীয়ে মঙলদৈ থানাত ৰুজু কৰিলে গোচৰ। কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে যুৱতীগৰাকীয়ে। ৰফুল আলীৰ লগত থকা বহু আপত্তিজনক ফটো বহুকেইজন লোকে ভাইৰেল কৰিছিল ছচিয়েল মিডিয়াত। মঙলদৈ থানাত ৰুজু হৈছে ৭৭৬/১৯ নম্বৰৰ গোচৰ। উল্লেখযোগ্য বুঢ়া কাণ্ডৰ পিছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল গোচৰীয়া যুৱতী আৰু ৰফুল আলীৰ বহু অন্তৰংগ মুহূৰ্তৰ ফটো।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি