আনহাতে বিজেপিয়ে এইবাৰ আগবঢ়াইছে তীব্ৰ প্ৰতিদ্বন্দিতা। প্ৰায় নিশ্চিত হৈছে যে, বিজেপিৰ সমৰ্থন অবিহনে কোনো দলেই নোৱাৰিব চৰকাৰ গঠন কৰিব। এই মূহূৰ্তলৈকে অহা খবৰ মতে, ইউ পি পিএল আগবাঢ়ি আছে ১৫ খন আসনত। সেইদৰে বিপিএফ এই মুহূৰ্তলৈকে আগবাঢ়ি আছে ১২খন আসনত। আনহাতে বিজেপি আগবাঢ়ি আছে ১১ খন আসনত।