• Home
  • »
  • News
  • »
  • assam
  • »
  • BTC নিৰ্বাচনৰ প্ৰথম দুটা ফলাফল, এখনকৈ আসনত জয়লাভ UPPL আৰু BPFৰ

BTC নিৰ্বাচনৰ প্ৰথম দুটা ফলাফল, এখনকৈ আসনত জয়লাভ UPPL আৰু BPFৰ

আকৰ্ষণীয় পৰ্যায়ত বিটিচি নিৰ্বাচন।

আকৰ্ষণীয় পৰ্যায়ত বিটিচি নিৰ্বাচন।

আকৰ্ষণীয় পৰ্যায়ত বিটিচি নিৰ্বাচন।

  • Share this:
আকৰ্ষণীয় পৰ্যায়ত বিটিচি নিৰ্বাচন। তীব্ৰ প্ৰতিদ্বন্দিতা বিজেপি, বিপিএফ আৰু ইউপিপিএলৰ মাজত। ইতিমধ্যে দুখন আসনৰ ফলাফল আহিছে। এখনকৈ আসনত জয়লাভ কৰিছে UPPL আৰু BPFৰ এজনকৈ প্ৰাৰ্থীয়ে। পিছে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই।

আনহাতে বিজেপিয়ে এইবাৰ আগবঢ়াইছে তীব্ৰ প্ৰতিদ্বন্দিতা। প্ৰায় নিশ্চিত হৈছে যে, বিজেপিৰ সমৰ্থন অবিহনে কোনো দলেই নোৱাৰিব চৰকাৰ গঠন কৰিব। এই মূহূৰ্তলৈকে অহা খবৰ মতে, ইউ পি পিএল আগবাঢ়ি আছে ১৫ খন আসনত। সেইদৰে বিপিএফ এই মুহূৰ্তলৈকে আগবাঢ়ি আছে ১২খন আসনত। আনহাতে বিজেপি আগবাঢ়ি আছে ১১ খন আসনত।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি