খবৰ অনুসৰি ইতিমধ্যে সম্পন্ন হৈছে পোষ্টেল বেলেটৰ ভোটগণনা।
খবৰ অনুসৰি ইতিমধ্যে সম্পন্ন হৈছে পোষ্টেল বেলেটৰ ভোটগণনা।
চলি আছে বিটিচি নিৰ্বাচনৰ ভোটগণনা। পিছে পোষ্টেল ভোটগণনাত এতিয়া BPFত কৈ কিছু আগবাঢ়িছে প্ৰমোদ বড়োৰ UPPL। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। আজি নিৰ্ণয় হ’ব ২৪৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য। খবৰ অনুসৰি ইতিমধ্যে সম্পন্ন হৈছে পোষ্টেল বেলেটৰ ভোটগণনা।
এই মুহূৰ্তলৈকে-
- কোকৰাঝাৰৰ ২টা সমষ্টিত UPPLৰ অগ্ৰগতি।
- বনৰগাঁও–বাওখুংগ্ৰীত UPPLৰ অগ্ৰগতি। বনৰগাঁৱৰ ৭৭টা ভোটত আগবাঢ়ি আছে UPPL।
৭৭টা ভোট লাভ কৰিছে ৰবিৰাম ব্ৰহ্মই।
- বাওখুংগ্ৰীত ৪৪টা ভোটত আগবাঢ়ি আছে UPPL। বনৰগাঁৱত BPF ৫৫টা ভোটত আগবাঢ়ি আছে।
- নাকচ কৰা হৈছে ২৭টা ভোট।
- তামুলপুৰৰ দৰঙাজুলিত UPPLৰ অগ্ৰগতি।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|