• Home
  • »
  • News
  • »
  • assam
  • »
  • BTC Election results- সৰ্ববৃহত্‍ দল হোৱাৰ দিশে UPPL, BPFক পিছ পেলাই যুঁজ দিছে বিজেপিয়ে

BTC Election results- সৰ্ববৃহত্‍ দল হোৱাৰ দিশে UPPL, BPFক পিছ পেলাই যুঁজ দিছে বিজেপিয়ে

এই মুহূৰ্তলৈকে UPPL দল ১৭ খন আসনত আগবাঢ়ি আছে।

এই মুহূৰ্তলৈকে UPPL দল ১৭ খন আসনত আগবাঢ়ি আছে।

এই মুহূৰ্তলৈকে UPPL দল ১৭ খন আসনত আগবাঢ়ি আছে।

  • Share this:
‍আকৰ্ষণীয় পৰ্যায়ত বিটিচি নিৰ্বাচন। ঘনে ঘনে সলনি হৈছে দৃশ্যপট। নিৰ্বাচনত সৰ্ববৃহত্‍ দল হোৱাৰ দিশে প্ৰমোদ বড়োৰ UPPL। সেইদৰে  নিৰ্বাচনত চূড়ান্ত বিপৰ্যয়ৰ সন্মুখীন হৈছে বিপিএফ। ইফালে যুঁজ দিছে বিজেপিয়ে।

এই মুহূৰ্তলৈকে UPPL দল ১৭ খন আসনত আগবাঢ়ি আছে। আনহাতে বিজেপিয়ে ১৪ খন আসনত লাভ কৰিছে অগ্ৰগতি।  কিন্তু ইয়াৰ বিপৰীতে বিপিএফ দলে মাত্ৰ ৭ খন আসনত অগ্ৰগতি লাভ কৰিছে।
Published by:Himangshu Bhuyan
First published: