• Home
  • »
  • News
  • »
  • assam
  • »
  • BTC নিৰ্বাচনৰ বৃহত্‍ উত্থান পতন! সমান সমান আসনত অগ্ৰগতি UPPL আৰু BPFৰ, নিজ নিজ সমষ্টিত পিছ পৰিছে হাগ্ৰামা-প্ৰমোদ

BTC নিৰ্বাচনৰ বৃহত্‍ উত্থান পতন! সমান সমান আসনত অগ্ৰগতি UPPL আৰু BPFৰ, নিজ নিজ সমষ্টিত পিছ পৰিছে হাগ্ৰামা-প্ৰমোদ

আকৰ্ষণীয় পৰ্যায়ত বিটিচি নিৰ্বাচন

আকৰ্ষণীয় পৰ্যায়ত বিটিচি নিৰ্বাচন

আকৰ্ষণীয় পৰ্যায়ত বিটিচি নিৰ্বাচন

  • Share this:
আকৰ্ষণীয় পৰ্যায়ত বিটিচি নিৰ্বাচন। নিৰ্বাচনত এইবাৰ বৃহত্‍ উত্থান পতন দেখিবলৈ পোৱা গৈছে। ভোট গণনাৰ সময়ৰ পৰাই পিছ পৰি থকা বিপিএফ দলৰ শেহতীয়াকৈ উত্থান দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়লৈকে  ১৩ খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে UPPL আৰু BPF দলে।

ইফালে বিজেপি আগবাঢ়ি আছে ১১ খন আসনত। সেইদৰে কংগ্ৰেছ আগুৱাই আছে মাত্ৰ এখন আসনত।  ইয়াৰ সমান্তৰালকৈ নৱ শৰণীয়াৰ দলেও এখন আসনত অগ্ৰগতি লাভ কৰিছে।

আটাইতকৈ ডাঙৰ খবৰটো হ’ল, বৰ্তমান সময়ত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে ইউ পিপিএলৰ প্ৰমোদ বড়ো নিজ নিজ সমষ্টিত পিছ পৰি আছে।
Published by:Himangshu Bhuyan
First published: