• Home
  • »
  • News
  • »
  • assam
  • »
  • BTC Election Results- ১১ খন আসনত UPPL-এ অগ্ৰগতি লাভ কৰাৰ বিপৰীতে BPFএ অগ্ৰগতি লাভ কৰিছে ৫খনত

BTC Election Results- ১১ খন আসনত UPPL-এ অগ্ৰগতি লাভ কৰাৰ বিপৰীতে BPFএ অগ্ৰগতি লাভ কৰিছে ৫খনত

চলি আছে বিটিচি নিৰ্বাচনৰ ভোট গণনা

চলি আছে বিটিচি নিৰ্বাচনৰ ভোট গণনা

চলি আছে বিটিচি নিৰ্বাচনৰ ভোট গণনা

  • Share this:
চলি আছে বিটিচি নিৰ্বাচনৰ ভোট গণনা। তীব্ৰ প্ৰতিদ্বন্দিতা UPPL আৰু BPFৰ মাজত। এই মুহূৰ্তলৈকে প্ৰমোদ বড়োৰ UPPL-এ ১১ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে BPFএ অগ্ৰগতি লাভ কৰিছে ৫খনত। সেইদৰে বিজেপিয়ে এখন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে।



এই মুহূৰ্তলৈকে-

  • তীব্ৰ প্ৰতিদ্বন্দিতা UPPL আৰু BPFৰ মাজত।

  • ১১ খন আসনত অগ্ৰগতি লাভ কৰিছে UPPLএ।

  • ৫ খন আসনত BPFৰ অগ্ৰগতি।

  • বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে দুখন আসনত।

  • কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু নৱ শৰনীয়াৰ দলে এই মুহূৰ্তলৈকে এখনো আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Published by:Himangshu Bhuyan
First published: