• Home
  • »
  • News
  • »
  • assam
  • »
  • BTC Election Result- এই পৰ্যন্ত কোন সমষ্টিত কোনে লৈছে অগ্ৰগতি? জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা বিজেপি কি পৰ্যায়ত আছে?

BTC Election Result- এই পৰ্যন্ত কোন সমষ্টিত কোনে লৈছে অগ্ৰগতি? জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা বিজেপি কি পৰ্যায়ত আছে?

বহু প্ৰত্যাশিত BTC নিৰ্বাচনৰ ভোটগণনা চলি আছে। তীব্ৰ প্ৰতিদ্বন্দিতা বিপিএফ আৰু ইউ পি পিএলৰ মাজত।

বহু প্ৰত্যাশিত BTC নিৰ্বাচনৰ ভোটগণনা চলি আছে। তীব্ৰ প্ৰতিদ্বন্দিতা বিপিএফ আৰু ইউ পি পিএলৰ মাজত।

বহু প্ৰত্যাশিত BTC নিৰ্বাচনৰ ভোটগণনা চলি আছে। তীব্ৰ প্ৰতিদ্বন্দিতা বিপিএফ আৰু ইউ পি পিএলৰ মাজত।

  • Share this:
বহু প্ৰত্যাশিত BTC নিৰ্বাচনৰ ভোটগণনা চলি আছে। তীব্ৰ প্ৰতিদ্বন্দিতা বিপিএফ আৰু ইউ পি পিএলৰ মাজত। প্ৰথম পৰ্যায়ৰ ভোট গণনাৰ অন্তত বিপিএফতকৈ আগুৱাই আছে প্ৰমোদ বড়োৰ ইউ পি পিএল। পূৰ্বতে বিপিএফৰ দুৰ্গ বুলি বিবেচিত বহু সমষ্টিত এতিয়া তীব্ৰ প্ৰত্যাহ্বানৰ সন্মখীন হৈছে বিপিএফ।

ইফালে আশা কৰাৰ দৰে এই পৰ্যন্ত ফল পোৱা নাই বিজেপিয়ে। জোৰদাৰ গতিত নিৰ্বাচনী প্ৰচাৰ চলোৱা বিজেপিয়ে এই পৰ্যন্ত কেৱল তিনি খন আসনত অগ্ৰগতি লাভ কৰিয়েই সন্তুষ্ট হ’ব লগীয়া হৈছে। ইফালে নিৰ্বাচনত চূড়ান্ত বিপৰ্যয়ৰ সন্মুখীন হৈছে কংগ্ৰেছ আৰু AIUDF মিত্ৰজোঁট।

কোন সমষ্টিত কাৰ কি স্থিতি?

  • ওদালগুৰিৰ হৰিচিঙাত UPPLৰ অগ্ৰগতি

  • ভেৰগাঁৱৰ ননৈ ছেৰফাঙত BJPৰ অগ্ৰগতি

  • চিৰাং দুৱাৰত UPPLৰ অগ্ৰগতি

  • চিৰাঙৰ কাজলগাঁৱত UPPLৰ অগ্ৰগতি

  • বিজনীৰ মানস চেৰফাঙত UPPLৰ অগ্ৰগতি

  • কোকৰাঝাৰৰ ছালাকাটিত UPPLৰ অগ্ৰগতি

  • বিজনীৰ সুভাইঝাৰ সমষ্টিত BPFৰ অগ্ৰগতি

  • বিজনীৰ নিচিমা সমষ্টিত UPPLৰ অগ্ৰগতি

  • তামুলপুৰৰ নাগ্ৰীজুলিত UPPLৰ অগ্ৰগতি

  • তামুলপুৰৰ দৰঙাজুলিত BPFৰ অগ্ৰগতি

  • কোকৰাঝাৰৰ বাওখুংগ্ৰীত BPFৰ অগ্ৰগতি

  • দোতমা সমষ্টিত UPPLৰ অগ্ৰগতি

  • ওদালগুৰিৰ ধনশ্ৰীত BJPৰ অগ্ৰগতি

  • তামুলপুৰৰ নাগ্ৰীজুলিত নিৰ্দলীয়ৰ অগ্ৰগতি

  • গোসাঁইগাঁৱৰ কচুগাঁৱত UPPLৰ অগ্ৰগতি

  • গোসাঁইগাঁৱৰ গুমাত BPFৰ অগ্ৰগতি

  • গোসাঁইগাঁৱৰ চৰাইবিলত BPFৰ অগ্ৰগতি

  • ওদালগুৰিৰ পাচনৈ চেৰফাঙত BJPৰ অগ্ৰগতি

  • ওদালগুৰিৰ ৰৌতাত UPPLৰ অগ্ৰগতি

  • ওদালগুৰিৰ ভৈৰৱকুণ্ডত UPPLৰ অগ্ৰগতি

  • ওদালগুৰিৰ ধনশিৰিত UPPLৰ অগ্ৰগতি

  • বাক্সাৰ গোৰেশ্বৰত UPPLৰ অগ্ৰগতি

  • বাক্সাৰ কোকিলাবাৰীত UPPLৰ অগ্ৰগতি

  • বাক্সাৰ বাগনাপাৰাত UPPLৰ অগ্ৰগতি

  • বাক্সাৰ দিহিৰাত UPPLৰ অগ্ৰগতি

  • মুছলপুৰ সমষ্টিত UPPLৰ অগ্ৰগতি

  • তামুলপুৰৰ শুক্লাই চেৰফাঙত BPFৰ অগ্ৰগতি

  • চিৰাঙৰ কাজলগাঁৱত BPFৰ অগ্ৰগতি

  • চিৰাং সমষ্টিত UPPLৰ অগ্ৰগতি

  • ফকিৰাগ্ৰামত BJPৰ অগ্ৰগতি

  • বাক্সাৰ মথনগুৰিত BJPৰ অগ্ৰগতি

  • শালবাৰী সমষ্টিত UPPLৰ অগ্ৰগতি

Published by:Himangshu Bhuyan
First published: