বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি।
বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি।
বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। তাৰ মাজতে চূড়ান্ত হৈছে কংগ্ৰেছ আৰু AIUDFৰ মাজত আসন বুজাবুজি। মঙলবাৰে AIUDF প্ৰধান বদৰুদ্দিন আজমল আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মাজত হোৱা বৈঠকত নিৰ্ধাৰণ কৰা হয় দুয়োটা দলে প্ৰতিদ্বন্দিতা কৰিবলগীয়া সমষ্টিৰ সংখ্যা। বিটিচি নিৰ্বাচনত ১৩টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব কংগ্ৰেছে। সেইদৰে AIUDFএ প্ৰতিদ্বন্দিতা আগবঢ়াব ৬টা সমষ্টিত। ইফালে বুধবাৰৰ পৰাই হেলিকপ্টাৰ যোগে একেলগে নিৰ্বাচনী প্ৰচাৰ চলাব বদৰুদ্দিন আজমল আৰু ৰিপুণ বৰাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|