உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিটিচিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা, ৮ জুনত ককলাবাৰী সমষ্টিত হ'ব উপ-নিৰ্বাচন

    বিটিচিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা, ৮ জুনত ককলাবাৰী সমষ্টিত হ'ব উপ-নিৰ্বাচন

    পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হ'ব ভোটগ্ৰহণ। ১২ জুনত সমষ্টিটোৰ উপ-নিৰ্বাচনৰ ভোট গণনা। 

    পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হ'ব ভোটগ্ৰহণ। ১২ জুনত সমষ্টিটোৰ উপ-নিৰ্বাচনৰ ভোট গণনা। 

    পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হ'ব ভোটগ্ৰহণ। ১২ জুনত সমষ্টিটোৰ উপ-নিৰ্বাচনৰ ভোট গণনা। 

    • Share this:
    বিটিচিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা। ৮ জুনত ককলাবাৰীত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে’। মনোনয়ন পৰীক্ষাৰ বাবে ধাৰ্য ২৪ মে’ৰ দিনটো।মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৪ মে’।

    পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হ'ব ভোটগ্ৰহণ। ১২ জুনত সমষ্টিটোৰ উপ-নিৰ্বাচনৰ ভোট গণনা। সমষ্টিটোৰ মুঠ ভোটাৰ ৭২,৪১৬ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৩৫,৭৫৬ জন।মহিলা ভোটাৰৰ সংখ্যা ৩৬,৬৬০ গৰাকী। তৃতীয় লিংগৰ ভোটাৰ ১ গৰাকী। প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ পৰিমাণ সৰ্বাধিক ৭ লাখ টকা ধাৰ্য। ককলাবাৰী পৰিষদীয় নিৰ্বাচনৰ বাবে ৯৭টা ভোটকেন্দ্ৰ স্থাপন।
    Published by:Sanjay Kumar Das
    First published: