কামপুৰত অঘটন৷ খহি পৰিল কামপুৰৰ নৱনিৰ্মিত কপিলী দলং৷ দলঙৰ পৰা পৰি তিনিজন বণুৱা আহত হয়৷ সংকটজনক অৱস্থাত তিনিওজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷
দলঙৰ তলত আৰু শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে৷ নিম্নমানৰ সামগ্ৰীৰে দলং নিৰ্মানৰ অভিযোগ ৰাইজৰ৷ এই ঘটনাৰ পিছতে দলং নিৰ্মাণৰ ঠিকাদাৰৰ লগতে সকলো কৰ্মচাৰীৰ পলায়ন৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 16, 2023, 21:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।