• Home
  • »
  • News
  • »
  • assam
  • »
  • সুৰাৰ ৰাগীত মাতাল হৈ স্বামীয়ে ঘপিয়ালে পত্নীক

সুৰাৰ ৰাগীত মাতাল হৈ স্বামীয়ে ঘপিয়ালে পত্নীক

স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে

স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে

স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে

  • Share this:
    বাক্সা জিলাৰ অভয়পুৰত সংঘটিত হ’ল এক নৃশংস ঘটনা, স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে। সুৰাৰ ৰাগীত মাতাল হৈ পত্নীক দাৰে ঘপিয়াই হত্যা কৰিলে স্বামীয়ে। পত্নীক হত্যাৰ পিছতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ স্বামী ধনঞ্জয় মণ্ডলৰ।
    Published by:Dulu Medhi
    First published:

    শেহতীয়া বাতৰি