
স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে
স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে
বাক্সা জিলাৰ অভয়পুৰত সংঘটিত হ’ল এক নৃশংস ঘটনা, স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে। সুৰাৰ ৰাগীত মাতাল হৈ পত্নীক দাৰে ঘপিয়াই হত্যা কৰিলে স্বামীয়ে। পত্নীক হত্যাৰ পিছতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ স্বামী ধনঞ্জয় মণ্ডলৰ।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|