বিজেপি কৰ্মীৰ ঘৰলৈ গুলীচালনা দুৰ্বৃত্তৰ

গুলীচালনাত হতাহত হোৱা নাই কোনো লোক। বিজেপি কৰ্মী পুলকেশ মহন্তৰ ঘৰলৈ গুলী দুৰ্বৃত্তৰ। মাৰ্ঘেৰিটাৰ ১নং লাজুমগাঁৱত সংঘটিত হৈছে এই ঘটনা।

news18assam
Updated:April 24, 2019, 1:49 PM IST
বিজেপি কৰ্মীৰ ঘৰলৈ গুলীচালনা দুৰ্বৃত্তৰ
পুলকেশ মহন্ত
news18assam
Updated: April 24, 2019, 1:49 PM IST
মাৰ্ঘেৰিটাত নিশা বিজেপি কৰ্মীৰ ঘৰলৈ গুলীচালনা। গুলীচালনাত হতাহত হোৱা নাই কোনো লোক। বিজেপি কৰ্মী পুলকেশ মহন্তৰ ঘৰলৈ গুলী দুৰ্বৃত্তৰ। মাৰ্ঘেৰিটাৰ ১নং লাজুমগাঁৱত সংঘটিত হৈছে এই ঘটনা। গুলীচালনাত ক্ষতিগ্ৰস্ত বিজেপি কৰ্মীজনৰ বাহনখন। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি