ঘন্টাই বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, বিপদ সীমা অতিক্ৰম কৰিছে মহাবাহুই

News18-Assam
Updated:July 11, 2019, 10:14 AM IST
ঘন্টাই বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, বিপদ সীমা অতিক্ৰম কৰিছে মহাবাহুই
বৰ্তমান ৪৯.৪২ ছেণ্টিমিটাৰেৰে বৈছে মহাবাহুৰ পানী। ৪৯.৬৮০ ছেণ্টিমিটাৰত আছে বিপদ সীমা। বিয়লি ৩ বজালৈ বিপদ সীমা অতিক্ৰম কৰাৰ আশংকা।

বৰ্তমান ৪৯.৪২ ছেণ্টিমিটাৰেৰে বৈছে মহাবাহুৰ পানী। ৪৯.৬৮০ ছেণ্টিমিটাৰত আছে বিপদ সীমা। বিয়লি ৩ বজালৈ বিপদ সীমা অতিক্ৰম কৰাৰ আশংকা।

  • Share this:
ঘন্টাই প্ৰতি বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদ সীমা।বৰ্তমান ৪৯.৪২ ছেণ্টিমিটাৰেৰে বৈছে মহাবাহুৰ পানী।



৪৯.৬৮০ ছেণ্টিমিটাৰত আছে বিপদ সীমা। বিয়লি ৩ বজালৈ বিপদ সীমা অতিক্ৰম কৰাৰ আশংকা। CWC-এ প্ৰকাশ কৰিছে এই তথ্য।
আৰু চাওক পৰৱৰ্তী বাতৰি