• Home
  • »
  • News
  • »
  • assam
  • »
  • ‍বহিঃৰাজ্যৰ চাইবাৰ অপৰাধীক ছিম আৰু এটিএম কাৰ্ড যোগান ধৰি বঙাইগাঁৱত আটক তিনি যুৱক

‍বহিঃৰাজ্যৰ চাইবাৰ অপৰাধীক ছিম আৰু এটিএম কাৰ্ড যোগান ধৰি বঙাইগাঁৱত আটক তিনি যুৱক

তিনিওৰে জিম্মাৰ পৰা এখন বাইক , চাৰিটা ম'বাইল, ১৮খন ছিম , ২৫খন এটিএম , নগদ ৭,৯৩০ টকা জব্দ কৰে ৷

  • Share this:
ৰাজ্যত সক্ৰিয় চাইবাৰ অপৰাধী ৷ চাইবাৰ অপৰাধীক ছিম আৰু এটিএম কাৰ্ড যোগান ধৰি বঙাইগাঁৱত আটক তিনি যুৱক ৷ ধৃত তিনি যুৱক ক্ৰমে আশ্ৰাফুল ইছলাম , বিল্লাল হুছেইন আৰু মণিৰুল ইছলাম ৷

তিনিওৰে জিম্মাৰ পৰা এখন বাইক , চাৰিটা ম'বাইল, ১৮খন ছিম , ২৫খন এটিএম , নগদ ৭,৯৩০ টকা জব্দ কৰে ৷

ধৃত যুৱকসকলে বহিঃৰাজ্যৰ চাইবাৰ অপৰাধী চক্ৰক ছিম আৰু এটিএম যোগান ধৰি আছিল ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি