ৰাজ্যত সক্ৰিয় চাইবাৰ অপৰাধী ৷ চাইবাৰ অপৰাধীক ছিম আৰু এটিএম কাৰ্ড যোগান ধৰি বঙাইগাঁৱত আটক তিনি যুৱক ৷ ধৃত তিনি যুৱক ক্ৰমে আশ্ৰাফুল ইছলাম , বিল্লাল হুছেইন আৰু মণিৰুল ইছলাম ৷
তিনিওৰে জিম্মাৰ পৰা এখন বাইক , চাৰিটা ম'বাইল, ১৮খন ছিম , ২৫খন এটিএম , নগদ ৭,৯৩০ টকা জব্দ কৰে ৷
ধৃত যুৱকসকলে বহিঃৰাজ্যৰ চাইবাৰ অপৰাধী চক্ৰক ছিম আৰু এটিএম যোগান ধৰি আছিল ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|