உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আই নৈৰ বুকুত অৰ্ধনিৰ্মিত দলঙৰ তলত উদ্ধাৰ বাহন ! বাহনৰ ভিতৰত দুটাকৈ মৃতদেহ ...

    আই নৈৰ বুকুত অৰ্ধনিৰ্মিত দলঙৰ তলত উদ্ধাৰ বাহন ! বাহনৰ ভিতৰত দুটাকৈ মৃতদেহ ...

    আই নৈৰ বুকুত অৰ্ধনিৰ্মিত দলঙৰ তলত উদ্ধাৰ বাহন ! বাহনৰ ভিতৰত দুটাকৈ মৃতদেহ। বঙাইগাঁৱৰ বৰঘোলাত সংঘটিত দুৰ্ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

    • Share this:
    আই নৈৰ বুকুত দুবন্ত বাহনৰ পৰা উদ্ধাৰ দুই যুৱকৰ মৃতদেহ ৷ বঙাইগাঁৱৰ বৰঘোলাত সংঘটিত দুৰ্ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

    পুৱা বৰঘোলাত আই নৈৰ ওপৰত অৰ্ধনিৰ্মিত দলঙৰ তলত উদ্ধাৰ হয় এখন বাহন ৷ নৈৰ বুকুত উদ্ধাৰ বাহনখনৰ ভিতৰত উদ্ধাৰ হয় দুই যুৱকৰ মৃতদেহ ৷ নিহত যুৱকদ্বয় আব্দুল লতিফ আৰু দিপাংকৰ ৰায়। আব্দুল লতিফ দৈনিক বাতৰি কাকত এখনৰ সাংবাদিক বুলি জানিব পৰা গৈছে ৷ নিশা স্থানীয় সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি পৰৱৰ্তী সময়ত  এইদৰে দুয়োৰে মৃতদেহ উদ্ধাৰ হয় ৷ অৰ্ধ নিৰ্মিত এই দলংখনৰ পৰা হঠাতে সৰি পৰা অৱস্থাত এইদৰে স্থানীয় যুৱকৰ মৃতদেহ বাহনসহ ৰহস্যজনভাৱে উদ্ধাৰ হয় ৷
    Published by:Kokil Sarma
    First published: