আই নৈৰ বুকুত অৰ্ধনিৰ্মিত দলঙৰ তলত উদ্ধাৰ বাহন ! বাহনৰ ভিতৰত দুটাকৈ মৃতদেহ। বঙাইগাঁৱৰ বৰঘোলাত সংঘটিত দুৰ্ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷
আই নৈৰ বুকুত অৰ্ধনিৰ্মিত দলঙৰ তলত উদ্ধাৰ বাহন ! বাহনৰ ভিতৰত দুটাকৈ মৃতদেহ। বঙাইগাঁৱৰ বৰঘোলাত সংঘটিত দুৰ্ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷
আই নৈৰ বুকুত দুবন্ত বাহনৰ পৰা উদ্ধাৰ দুই যুৱকৰ মৃতদেহ ৷ বঙাইগাঁৱৰ বৰঘোলাত সংঘটিত দুৰ্ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷
পুৱা বৰঘোলাত আই নৈৰ ওপৰত অৰ্ধনিৰ্মিত দলঙৰ তলত উদ্ধাৰ হয় এখন বাহন ৷ নৈৰ বুকুত উদ্ধাৰ বাহনখনৰ ভিতৰত উদ্ধাৰ হয় দুই যুৱকৰ মৃতদেহ ৷ নিহত যুৱকদ্বয় আব্দুল লতিফ আৰু দিপাংকৰ ৰায়। আব্দুল লতিফ দৈনিক বাতৰি কাকত এখনৰ সাংবাদিক বুলি জানিব পৰা গৈছে ৷ নিশা স্থানীয় সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি পৰৱৰ্তী সময়ত এইদৰে দুয়োৰে মৃতদেহ উদ্ধাৰ হয় ৷ অৰ্ধ নিৰ্মিত এই দলংখনৰ পৰা হঠাতে সৰি পৰা অৱস্থাত এইদৰে স্থানীয় যুৱকৰ মৃতদেহ বাহনসহ ৰহস্যজনভাৱে উদ্ধাৰ হয় ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|