মুখ্যপৃষ্ঠা »খবৰ »অসম »বঙাইগাঁৱৰ তালগুৰীত অসমৰ মানচিত্ৰৰ ৰূপত নিৰ্মাণ কৰা হৈছে আকৰ্ষণীয় ভেলাঘৰ ...

বঙাইগাঁৱৰ তালগুৰীত অসমৰ মানচিত্ৰৰ ৰূপত নিৰ্মাণ কৰা হৈছে আকৰ্ষণীয় ভেলাঘৰ ...

বঙাইগাঁৱৰ তালগুৰীত অসমৰ মানচিত্ৰৰ ৰূপত ভেলাঘৰ ৷ ভেলাঘৰত স্থান দিয়া হৈছে অসমীয়া সমাজৰ পৰা হেৰাই যাব ধৰা গৰুগাড়ী, জাপি, নাঙল, যুঁৱলি, মৈ, উৰল আদি বিভিন্ন সা সামগ্ৰী ৷

  • Share this:
বঙাইগাঁৱৰ তালগুৰীত আকৰ্ষণীয় ভেলাঘৰ ৷ অসমৰ মানচিত্ৰৰ ৰূপত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ ৷ ভেলাঘৰত স্থান দিয়া হৈছে অসমীয়া সমাজৰ পৰা হেৰাই যাব ধৰা গৰুগাড়ী, জাপি, নাঙল, যুঁৱলি, মৈ, উৰল আদি বিভিন্ন সা সামগ্ৰী ৷

কৃষিজীৱি তথা গ্ৰাম্য সমাজৰ লগত খাপ খোৱাকৈ নৰা আৰু ধান খেৰেৰে সজাই তুলিছে ভেলাঘৰটো ৷ অৱশ্যে এই ভেলাঘৰ আৰু সা সঁজুলি দাহন কৰা নহ'ব ৷ স্থানীয় ৰাইজে দাহ কৰাৰ বাবে নিৰ্মাণ কৰি আছে সৰবিদ্ধ ভীষ্মৰ আকাৰত ভেলাঘৰ ৷ উক্ত ভেলাঘৰটো  মাঘ বিহুৰ দিনা দাহন কৰা হ'ব ৷ বইটামাৰীৰ তালগুৰীৰ স্থানীয় যুৱকসকলে দিনে নিশাই কাম কৰি ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৷

শেহতীয়া বাতৰি