• Home
  • »
  • News
  • »
  • assam
  • »
  • এইবাৰ বঙাইগাঁওবাসীয়ে পাব ভাল খবৰ ! TET ক লৈ কি ক'লে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে ?

এইবাৰ বঙাইগাঁওবাসীয়ে পাব ভাল খবৰ ! TET ক লৈ কি ক'লে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে ?

শিক্ষা মন্ত্ৰী গৰাকীয়ে এইবাৰ অনুষ্ঠিত টেট পৰীক্ষা সম্পূৰ্ণ নিকাভাৱে অনুষ্ঠিত হয় বুলি জনোৱাৰ লগতে এইবাৰ বঙাইগাঁৱত অনুষ্ঠিত হ'ব লগা কেবিনেটত বঙাইগাঁও বাসীয়ে  ভাল খবৰ পাব বুলিও জনায়।

  • Share this:
আজি বঙাইগাঁৱত উপস্থিত হয় শিক্ষা মন্ত্ৰী ৰনোজ পেগু।  তুলুঙিয়াস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ  মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ শুভাৰম্ভ কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। সভাত শিক্ষা মন্ত্ৰী গৰাকীয়ে নতুন শিক্ষা নীতিৰ ওপৰত বক্তব্য দাঙি ধৰে। সভাৰ অন্তত শিক্ষা মন্ত্ৰী গৰাকীয়ে এইবাৰ অনুষ্ঠিত টেট পৰীক্ষা সম্পূৰ্ণ নিকাভাৱে অনুষ্ঠিত হয় বুলি জনোৱাৰ লগতে এইবাৰ বঙাইগাঁৱত অনুষ্ঠিত হ'ব লগা কেবিনেটত বঙাইগাঁও বাসীয়ে  ভাল খবৰ পাব বুলিও জনায়।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি