உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Highwayত নিশা ডিভাইডাৰত খুন্দিয়াই বাগৰি পৰিল মেজিক, ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন...

    Highwayত নিশা ডিভাইডাৰত খুন্দিয়াই বাগৰি পৰিল মেজিক, ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন...

    বঙাইগাঁৱত নিশা পথ দুৰ্ঘটনা ৷ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাপৰাকাটাত তীব্ৰ বেগি টাটা মেজিক এখনে পথৰ দাতিত থকা ডিভাইডাৰত খুন্দিয়াই ৰাজপথৰ ওপৰত বাগৰি পৰাৰ ফলত থিতাতে আৰোহী এজন থিতাতে নিহত হয় ৷

    • Share this:

    নিহত লোকজন বিজনীৰ পৱন চেট্টি বুলি জানিব পৰা গৈছে ৷ এএচ ১৯ চি ৩০৫৩ নং টাটা মেজিকখন বঙাইগাঁৱৰ পৰা বিজনী অভিমুখে গৈ থকা সময়তে দুৰ্ঘটনাত পতিত হয় ৷ ইফালে ঘটনা সংঘটিত কৰি চালকে পলায়ন কৰে ৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰি যান বাহন শাখাৰ আৰক্ষীৰ লোক উপস্থিত হৈ বাহনখনৰ লোকসকলক উদ্ধাৰ কৰে ৷
    Published by:Kokil Sarma
    First published: