• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Floods: বঙাইগাঁৱত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বান আৰু খহনীয়াৰ পৰ্যালোচনা, উপায়ুক্তৰ লগতে ভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে বৈঠক ...

Assam Floods: বঙাইগাঁৱত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বান আৰু খহনীয়াৰ পৰ্যালোচনা, উপায়ুক্তৰ লগতে ভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে বৈঠক ...

বান আৰু খহনীয়াগ্ৰস্থ সকলক অহা ৩০ জুলাইৰ ভিতৰত সাহায্যৰ প্ৰদানৰ লক্ষ্য ৷ বঙাইগাঁৱত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰ্যালোচনা সভা।

  • Share this:
বঙাইগাঁৱত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বান আৰু খহনীয়াৰ পৰ্যালোচনা সভা  ৷    উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বানপীড়িত আৰু খহনীয়াগ্ৰস্থ লোকৰ সংখ্যা আৰু ক্ষয়ক্ষতিৰ বিষয়ে পৰ্য্যালোচনা কৰে ৷ উপায়ুক্তৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হৈ মন্ত্ৰীজনে ক্ষয়ক্ষতিৰ হিচাপ লয় ৷

জিলাখনত এতিয়ালৈ খহনীয়াত ৩২২ টা গৃহ জাহ যোৱাৰ লগতে ৩৩৯টা কৈ গৃহ আংশিকভাৱে ক্ষতিসাধন হৈছে । বাট পথ , মথাউৰি , বিদ্যালয় , পুখুৰী আদিৰো ক্ষয়ক্ষতিৰ হিচাপ নিকাচ লয় মন্ত্ৰী দাসে ৷ উল্লেখ্য যে , মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই  জিলাসমুহৰ ক্ষয়ক্ষতিৰ হিচাপ অভিভাৱক মন্ত্ৰীসকলেক শীঘ্ৰে দাখিলৰ নিৰ্দেশ জাৰি কৰি অহা ৩০ জুলাইৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰাৰ পিছত মন্ত্ৰী দাসে বঙাইগাঁৱত এই পৰ্য্যালোচনা সভা অনুষ্ঠিত কৰে ৷
Published by:Kokil Sarma
First published: