• Home
  • »
  • News
  • »
  • assam
  • »
  • বঙাইগাঁৱৰ ঘিলাগুৰীত প্ৰসাদত বিষক্ৰিয়া ! কুৰিৰো অধিক লোক অসুস্থ ...

বঙাইগাঁৱৰ ঘিলাগুৰীত প্ৰসাদত বিষক্ৰিয়া ! কুৰিৰো অধিক লোক অসুস্থ ...

বঙাইগাঁৱৰ ঘিলাগুৰীত প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত ৷ অসুস্থ হৈ পৰিছে অঞ্চলটোৰ প্ৰায় কুৰি গৰাকী লোক ৷ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কেইবাগৰাকী লোক ৷

  • Share this:

জানিব পৰামতে শনিবাৰে নিশা ঘিলাগুৰীৰ ৰাম প্ৰসাদ সৰকাৰৰ ঘৰত সত্যনাৰায়ণ পূজা আছিল ৷ উক্ত পূজাৰ প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হৈ পৰে এইসকল লোক ৷ আনহাতে বিষক্ৰিয়াত আক্ৰান্ত সকল সংকটমুক্ত বুলি চিকিৎসকে জানিব দিছে ৷ ইতিমধ্যে প্ৰায়সংখ্যক লোককে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব অনুমতি দিয়া বুলি জানিব দিছে চিকিৎসকে ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি