• Home
  • »
  • News
  • »
  • assam
  • »
  • এইবাৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা পলাল Covid আক্ৰান্ত...

এইবাৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা পলাল Covid আক্ৰান্ত...

পৰৱৰ্তী সময়ত ৰাইজে অৱগত কৰাৰ পিছত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ ক’ভিড আক্ৰান্ত লোকজনক চিকিৎসালয় লৈ আহে ৷

  • Share this:
বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা পলাল ক’ভিড আক্ৰান্ত ৷ পলাতক ৰোগীজন বঙাইগাঁও পাতিলাদহাৰ মহৰ আলী ৷

বিগত কেইবাদিন ধৰি চিকিৎসাধীন হৈ থকা লোকজনে নিশা চিকিৎসালয়খনৰ পৰা পলায়ন কৰে ৷ লোকজনে পলায়ন কৰি পুৰণি বঙাইগাঁও - ভাটিপাৰাৰ ৰে'লগেটৰ সমীপত উপস্থিত হয় ৷ পিছত স্থানীয় ৰাইজে লোকজনক সোধপোচ কৰাত ক’ভিড আক্ৰান্ত বুলি জানিব পাৰে ৷ পৰৱৰ্তী সময়ত ৰাইজে অৱগত কৰাৰ পিছত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ ক’ভিড আক্ৰান্ত লোকজনক চিকিৎসালয় লৈ আহে ৷
Published by:Kokil Sarma
First published: