உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বঙাইগাঁৱত ভয়ংকৰ দুৰ্ঘটনা, বাইক-বাছৰ মুখামুখি সংঘৰ্ষ ! ৰাজপথতে জ্বলি উঠিল বাইক, এজনৰ মৃত্য়ু...

    বঙাইগাঁৱত ভয়ংকৰ দুৰ্ঘটনা, বাইক-বাছৰ মুখামুখি সংঘৰ্ষ ! ৰাজপথতে জ্বলি উঠিল বাইক, এজনৰ মৃত্য়ু...

    বঙাইগাঁৱৰ উত্তৰ শালমাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।  যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ পিছতে ৰাজপথত দপদপকৈ জ্বলি উঠিল এখন বাইক ৷ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাইক আৰোহীজন।

    • Share this:

    উত্তৰ শালমাৰাৰ চিলাৰায় জাতীয় বিদ্যালয়ৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ধুবুৰী অভিমুখে গৈ থকা  AS 17B 6741নম্বৰৰ যাত্ৰীবাহী বাছৰ সৈতে বিপৰীত দিশৰ পৰা অহা  AS 19J -8399 নম্বৰৰ বাইকৰ মুখামুখি সংঘৰ্ষ হয় ৷ যাত্ৰীবাহী বাছখনে বহু দূৰ বাইকখন চোচৰাই নিয়াৰ পিছতে  হঠাতে জুই জ্বলি উঠে ।  নিহত বাইক আৰোহীজন বৰঘোলা পাখিৰিগুৰীৰ ধনজিৎ দাস বুলি জানিব পৰা গৈছে ৷
    Published by:Kokil Sarma
    First published: