গুৱাহাটী ৰে’ল ষ্টেচনত বোমাতংক, পৰিত্যক্ত বেগত বোমা থকাৰ সন্দেহ

কটকটীয়া কৰি তোলা হৈছে ষ্টেচনৰ নিৰাপত্তা ব্যৱস্থা।

News18-Assam
Updated:August 22, 2019, 10:52 AM IST
গুৱাহাটী ৰে’ল ষ্টেচনত বোমাতংক, পৰিত্যক্ত বেগত বোমা থকাৰ সন্দেহ
কটকটীয়া কৰি তোলা হৈছে ষ্টেচনৰ নিৰাপত্তা ব্যৱস্থা।
News18-Assam
Updated: August 22, 2019, 10:52 AM IST
গুৱাহাটী ৰে’ল ষ্টেচনত বোমাতংক। এটা পৰিত্যক্ত বেগত বোমা থকাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়া। কটকটীয়া কৰি তোলা হৈছে ষ্টেচনৰ নিৰাপত্তা ব্যৱস্থা। এইপৰ্যন্ত উপস্থিত হোৱা নাই বোমা বিশেষজ্ঞৰ দল।
আৰু চাওক পৰৱৰ্তী বাতৰি