ৰঙিয়াৰ তাৰিফুল আলীৰ ঘৰত বোমা উদ্ধাৰ!

ৰঙিয়াৰ খন্দিকৰত বোমা উদ্ধাৰক লৈ উত্তেজনা

News18-Assam
Updated:July 28, 2019, 8:53 AM IST
ৰঙিয়াৰ তাৰিফুল আলীৰ ঘৰত বোমা উদ্ধাৰ!
ৰঙিয়াৰ খন্দিকৰত বোমা উদ্ধাৰক লৈ উত্তেজনা
News18-Assam
Updated: July 28, 2019, 8:53 AM IST
ৰঙিয়াৰ খন্দিকৰত বোমা উদ্ধাৰক লৈ উত্তেজনা
তাৰিফুল আলী নামৰ এজনৰ ঘৰত বোমা উদ্ধাৰ
সেনা আৰু আৰক্ষীয়ে উদ্ধাৰ কৰে বোমা

বোমা উদ্ধাৰৰ নাটক কৰা বুলি অভিযোগ ৰাইজৰ
ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনা
ৰাজপথত বহি প্ৰতিবাদ স্থানীয় পুৰুষ-মহিলাৰ
আৰু চাওক পৰৱৰ্তী বাতৰি