• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি তেজপুৰলৈ আহিব বলীউদৰ তাৰকা দীপিকা পাডুকণ আৰু অনিল কাপুৰ, অসমতে আছে ঋত্বিক

আজি তেজপুৰলৈ আহিব বলীউদৰ তাৰকা দীপিকা পাডুকণ আৰু অনিল কাপুৰ, অসমতে আছে ঋত্বিক

‘ফাইটাৰ’য ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে এই তাৰকাসকল।

‘ফাইটাৰ’য ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে এই তাৰকাসকল।

‘ফাইটাৰ’য ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে এই তাৰকাসকল।

  • Share this:
আজি তেজপুৰলৈ আহিব বলীউদৰ তাৰকা অনিল কাপুৰ আৰু দীপিকা পাডুকন৷ তেজপুৰত আজি পুৱাতে আহি উপস্থিত হ'ল দীপিকা পাডুকনৰ ভেনিটি ভেন৷ আহি আছে অনিল কাপুৰৰ ভেনিটি ভেনো৷ মঙলবাৰৰ পৰা তেজপুৰ বায়ুসেনা ঘাটিত পূৰ্ণগতিত চলিব নতুন ছবি ফাইটাৰৰ শ্বুটিং৷

ইতিমধ্যে জনপ্ৰিয় তাৰকা ঋত্বিক ৰোশন দুদিন ধৰি তেজপুৰ বায়ুসেনা ঘাটিতে আছে আৰু ছবিৰ শ্বুটিঙৰ বাবে আগতীয়াকৈ আহিছে৷ অৱশ্যে বায়ুসেনা ঘাটিৰ বাহিৰে আন ঠাইতো ছবিৰ শ্বুটিং হ'ব নেকি, সেই সম্পৰ্কে জানিব পৰা হোৱা নাই৷ ‘ফাইটাৰ’য ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে এই তাৰকাসকল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি