
‘ফাইটাৰ’য ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে এই তাৰকাসকল।
‘ফাইটাৰ’য ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে এই তাৰকাসকল।
আজি তেজপুৰলৈ আহিব বলীউদৰ তাৰকা অনিল কাপুৰ আৰু দীপিকা পাডুকন৷ তেজপুৰত আজি পুৱাতে আহি উপস্থিত হ'ল দীপিকা পাডুকনৰ ভেনিটি ভেন৷ আহি আছে অনিল কাপুৰৰ ভেনিটি ভেনো৷ মঙলবাৰৰ পৰা তেজপুৰ বায়ুসেনা ঘাটিত পূৰ্ণগতিত চলিব নতুন ছবি ফাইটাৰৰ শ্বুটিং৷
ইতিমধ্যে জনপ্ৰিয় তাৰকা ঋত্বিক ৰোশন দুদিন ধৰি তেজপুৰ বায়ুসেনা ঘাটিতে আছে আৰু ছবিৰ শ্বুটিঙৰ বাবে আগতীয়াকৈ আহিছে৷ অৱশ্যে বায়ুসেনা ঘাটিৰ বাহিৰে আন ঠাইতো ছবিৰ শ্বুটিং হ'ব নেকি, সেই সম্পৰ্কে জানিব পৰা হোৱা নাই৷ ‘ফাইটাৰ’য ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে এই তাৰকাসকল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|