আজি কিং খানৰ জন্মদিন, নিশা ১.৩০ বজাত ‘মন্নত’ৰ বাহিৰত অনুৰাগীৰ অভাৱনীয় ভিৰ! Video

News18-Assam
Updated:November 2, 2019, 11:11 AM IST
আজি  কিং খানৰ জন্মদিন, নিশা ১.৩০ বজাত ‘মন্নত’ৰ বাহিৰত অনুৰাগীৰ অভাৱনীয় ভিৰ! Video
Source-Google

জন্মদিনৰ দিনা ছচিয়েল মিডিয়াৰ জৰিয়তেও অভিনেতাজনক শুভেচ্ছা জনাইছে বিভিন্ন জনে

  • Share this:
আজি বলীউদৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খানৰ জন্মদিন। বিগত দুটা দশক ধৰি বলীউদত দপদপাই থকা অভিনেতা শ্বাহৰুখ খানক জন্মদিনৰ শুভেচ্ছা জনাবলৈ নিশা ১.৩০ বজাতে অভিনেতাজনৰ বাসগৃহৰ বাহিৰত ভিৰ কৰিলে অনুৰাগীয়ে।



শ্বাহৰুখ খানৰ অনুৰাগী কেৱল ভাৰততে নাই, বিশ্বৰ বিভিন্ন প্ৰান্তত আছে শ্বাহৰুখ খানৰ অনুৰাগী। বাজীগৰ, দিলৱালে দ্যুলহনীয়া লে জায়েংগে, ক’ল হ’ না হ’, চক দ্যে ইণ্ডিয়া, চেন্নাই এক্সপ্ৰেছৰ দৰে বহু জনপ্ৰিয় ছবি দৰ্শকক উপহাৰ দিয়া শ্বাহৰুখ খানৰ শেহতীয়া ছবি হ’ল জিৰ’।



জন্মদিনৰ দিনা ছচিয়েল মিডিয়াৰ জৰিয়তেও অভিনেতাজনক শুভেচ্ছা জনাইছে বিভিন্ন জনে।

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি