
কাৰ্বি আংলঙৰ ভিতৰুৱা এখন গাঁৱত চিত্ৰগ্ৰহণ সামৰি বোকাখাতত ছেট নিৰ্মাণত ব্যস্ত কংগনাৰ টীম।
কাৰ্বি আংলঙৰ ভিতৰুৱা এখন গাঁৱত চিত্ৰগ্ৰহণ সামৰি বোকাখাতত ছেট নিৰ্মাণত ব্যস্ত কংগনাৰ টীম।
বোকাখাতত বলীউদৰ অভিনেত্ৰী কংগনা ৰানাৱতৰ ‘ইমাৰজেঞ্চী’ ছবিৰ শ্বুটিং। দেওবাৰে অতি সংগোপনে কাজিৰঙাত বাহৰ পতা বলীউদ কুইন কংগনাই বোকাখাতৰ নিকৰিঘাটত চলাইছে ‘ইমাৰজেঞ্চী’ৰ শ্বুটিং।
ইতিমধ্যে, কাৰ্বি আংলঙৰ ভিতৰুৱা এখন গাঁৱত চিত্ৰগ্ৰহণ সামৰি বোকাখাতত ছেট নিৰ্মাণত ব্যস্ত কংগনাৰ টীম। বোকাখাতৰ নিকৰিঘাটত আহি পাইছে কংগনা আৰু অন্যান্য কলাকুশলীৰ ভেনিটি ভেন। সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশ ৰচনাৰে ছেট নিৰ্মাণ কৰা হৈছে ‘ইমাৰজেঞ্চী’ৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|