মুখ্যপৃষ্ঠা »খবৰ »অসম »Kamakhya Temple Visit: অসমত বলিউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় মিশ্ৰা; শক্তিপীঠ কামাখ্যা দৰ্শন কৰিলে অভিনেতাজনে

Kamakhya Temple Visit: অসমত বলিউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় মিশ্ৰা; শক্তিপীঠ কামাখ্যা দৰ্শন কৰিলে অভিনেতাজনে

অভিনেতা সঞ্জয় মিশ্ৰাই জনসাধাৰণ তথা সংবাদ মাধ্যমৰ পৰা আঁতৰত অৱস্থান গ্ৰহণেৰে মা কামাখ্যাৰ দৰ্শন কৰে।

  • Share this:
শক্তিপীঠ কামাখ্যাত বলিউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় মিশ্ৰা আহি উপস্থিত হৈছে। বুধবাৰে অসমলৈ আহি অভিনেতাজনে মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে আৰু মাৰ শ্ৰীচৰণত বিশেষ পূজা অৰ্চনা আগবঢ়ায়। অভিনেতা সঞ্জয় মিশ্ৰাই জনসাধাৰণ তথা সংবাদ মাধ্যমৰ পৰা আঁতৰত অৱস্থান গ্ৰহণেৰে মা কামাখ্যাৰ দৰ্শন কৰে।

উল্লেখ্য যে, সঞ্জয় মিশ্ৰাই নিজৰ অভিনয়ৰ জৰিয়তে বিগত দুটা দশকতকৈও অধিক সময় দৰ্শকক আমোদ দি আহিছে। বহুকেইখন জনপ্ৰিয় ছবিৰে আজিও বলিউডত নিজৰ দপদপনি অব্যাহত ৰাখিছে অভিনেতাজনে।

শেহতীয়া বাতৰি