‘মই জানো এতিয়া অসমত কি হৈ আছে, মাত্ৰ এটা কথাই কম– জয় আই অসম’, চাওক Video

News18 Assam | News18-Assam
Updated:December 28, 2019, 11:24 AM IST
‘মই জানো এতিয়া অসমত কি হৈ আছে, মাত্ৰ এটা কথাই কম– জয় আই অসম’, চাওক Video
Source-Google

বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী, সংগীত পৰিচালক বিশাল দাদলানিৰ মুখত শুনা গ’ল– জয় আই অসম

  • News18 Assam
  • Last Updated: December 28, 2019, 11:24 AM IST
  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বলীউদৰ বহু শিল্পীয়েও বিৰোধ কৰিছে বিতৰ্কিত আইনখনৰ। বলীউদৰ জনপ্ৰিয় সংগীত পৰিচালক, কণ্ঠশিল্পী বিশাল দাদলানিয়ে আৰম্ভণিৰ পৰাই বিৰোধ কৰি আছে নাগৰিকত্ব সংশোধনী আইনৰ। বিশালে কয় যে,

‘অৰ্থ ব্যৱস্থাৰ প্ৰত্যেক দিনাই নিম্নগামী হৈছে। আপোনাৰ যদি ঘৰতে খাবলৈ নাই, তেন্তে কিয় বাহিৰত পাৰ্টী দিব বিচাৰিছে? কেৱল ভোটবেংক কিয়? যদি চাকৰি নাই, কৃষকে আত্মহত্যা কৰিছে, এইবোৰ সমস্যা সমাধান নকৰি বাহিৰৰ মানুহ অনাৰ যুক্তি ক’ত?

টচিৰাঙৰ দ্বৈজিং ফেষ্টিভেলত অংশ ল’বলৈ আহি এই মন্তব্য কৰে বলীউদৰ জনপ্ৰিয় সংগীত শিল্পীজনে। লগতে অনুষ্ঠানৰ মাজতে বিশাল দাদলানিয়ে কয় যে, মই জানো এতিয়া অসমত কি চলি আছে, এতিয়া এটা কথাই কম– ‘জয় আই অসম’।

Published by: Himangshu Bhuyan
First published: December 28, 2019, 11:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading