
মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰাৰ ইচ্ছাও প্ৰকাশ কৰে বলীউদৰ অভিনেত্ৰীগৰাকীয়ে। এদিনীয়া কাৰ্যসূচীৰে অভিনেত্ৰীগৰাকী আহিছে অসমলৈ।
মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰাৰ ইচ্ছাও প্ৰকাশ কৰে বলীউদৰ অভিনেত্ৰীগৰাকীয়ে। এদিনীয়া কাৰ্যসূচীৰে অভিনেত্ৰীগৰাকী আহিছে অসমলৈ।
গুৱাহাটী মহানগৰীত বলীউদৰ ড্ৰীমগাৰ্ল হেমা মালিনী। বৰঝাৰৰ বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিছন ব্লুত উপস্থিত হেমা মালিনী। ৰেডিছন ব্লুত কিছু সময় জিৰণি লৈ যাব নলবাৰী ৰাসলৈ।
মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰাৰ ইচ্ছাও প্ৰকাশ কৰে বলীউদৰ অভিনেত্ৰীগৰাকীয়ে। এদিনীয়া কাৰ্যসূচীৰে অভিনেত্ৰীগৰাকী আহিছে অসমলৈ। হেমা মালিনীক সংগ দিছে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|