বকোত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে ১২ বছৰীয়া ছাত্ৰই

বকোৰ দেওচৰত সংঘটিত হৈছে শোকাৱহ ঘটনা

News18-Assam
Updated:June 29, 2019, 12:00 PM IST
বকোত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে ১২ বছৰীয়া ছাত্ৰই
বকোৰ দেওচৰত সংঘটিত হৈছে শোকাৱহ ঘটনা
News18-Assam
Updated: June 29, 2019, 12:00 PM IST
Breaking

বকোৰ দেওচৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। শনিবাৰে পুৱা বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ১২ বছৰীয়া ছাত্ৰই । নিহত ছাত্ৰজনৰ নাম দীপাংকৰ মণ্ডল বুলি চিনাক্ত কৰা হৈছে। ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰজনে পানীৰ মটৰৰ চুইচ দিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হয়।পিছত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও
দীপাংকৰক মৃত ঘোষণা কৰে চিকিৎসকে। ছাত্ৰজনৰ মৃত্যুৰ পিছত এতিয়া অঞ্চলজুৰি এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি